ফুটনোট
b ছবিৰ বিষয়ে: সৰুৰেপৰা ভনীগৰাকীয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰি আহিছে। সৰুতে তাইৰ পিতৃ-মাতৃয়ে তাইক যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল। ডাঙৰ হোৱাৰ পাছত তাই অগ্ৰগামী সেৱা কৰিবলৈ আৰম্ভ কৰিলে। তাই নিজৰ সেৱাত আশীৰ্বাদ বিচাৰি প্ৰায়ে যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। কিছুবছৰৰ পাছত যেতিয়া তাইৰ স্বামী বহুত বেমাৰ হৈ পৰিল, তেতিয়া তাই সেই সমস্যা সন্মুখীন হʼবলৈ সহায় বিচাৰি প্ৰাৰ্থনা কৰিছে। এতিয়া তাই বিধৱা হয়, কিন্তু এতিয়াও তাই যিহোৱালৈ প্ৰাৰ্থনা কৰে। তাইৰ সম্পূৰ্ণ বিশ্বাস আছে যে যিহোৱাই তাইৰ প্ৰাৰ্থনাৰ উত্তৰ নিশ্চয় দিব।