ফুটনোট
a আমি যিহোৱা ঈশ্বৰক বহুত প্ৰেম কৰোঁ। সেইবাবে, আমি তেওঁৰ সেৱা বেছিকৈ কৰিব বিচাৰোঁ। আমি হয়তো বেছিকৈ প্ৰচাৰ কৰিবলৈ আৰু মণ্ডলীত আৰু দায়িত্ব লাভ কৰিবলৈ লক্ষ্য ৰাখিছোঁ। কিন্তু ইমান পৰিশ্ৰম কৰাৰ পাছতো আমি সেই লক্ষ্যবোৰত উপনীত নহʼবও পাৰোঁ। এনে পৰিস্থিতিত আমি কি কৰা উচিত, যাতে আমি আনন্দেৰে যিহোৱাৰ সেৱা কৰি থাকিব পাৰোঁ? এই প্ৰশ্নবোৰৰ উত্তৰ আমি যীচুৱে দিয়া গাগৰিৰ উদাহৰণৰপৰা জানিব পাৰিম।