ফুটনোট
a যিহোৱা দয়ালু ঈশ্বৰ হয়, সেইবাবে তেওঁ সকলোকে ভাল ভাল বস্তু দিয়ে। আনকি দুষ্ট লোকসকলকো ভাল ভাল বস্তু দিয়ে। কিন্তু বিশেষকৈ তেওঁ নিজৰ লোকসকলক দয়া দেখুৱায়। যিহোৱাই নিজৰ সেৱকসকলক কি কি ভাল বস্তু দিয়ে, তাৰ বিষয়ে এই লেখত আলোচনা কৰিম। ইয়াৰ উপৰিও যিহোৱাৰ সেৱা বেছিকৈ কৰা ভাই-ভনীসকলক তেওঁ কি কি আশীৰ্বাদ দিয়ে, তাৰ বিষয়ে আলোচনা কৰিম।