ফুটনোট
a যিহোৱাৰ সংগঠনত এনে বহুতো ডেকা ভাই-ভনী আছে, যিসকলে বহুত পৰিশ্ৰম কৰে। বৃদ্ধ ভাই-ভনীসকলে, যিয়ে পৃষ্টভূমি বা সংস্কৃতিৰ নহওক কিয়, তেওঁলোকে ডেকা ভাই-ভনীসকলক সহায় কৰিব পাৰে। যদি তেওঁলোকে এইদৰে কৰে, তেনেহ’লে ডেকা ভাই-ভনীসকলে যিহোৱাৰ সেৱাত নিজৰ সম্পূৰ্ণ শক্তি ব্যৱহাৰ কৰিব পাৰিব।