ফুটনোট
a এই লেখত আমি হগ্গয় ২:৬, ৭ পদত দিয়া ভৱিষ্যতবাণীক আলোচনা কৰিম। এই পদত দিয়া বুজা-বুজিত সাল-সলনি কৰা হৈছে। ইয়াত যি আটাই জাতিক কঁপোৱাৰ কথা কোৱা হৈছে সেই কামত আমি কেনেকৈ ভাগ লʼব পাৰিম। সেই বিষয়ে এই লেখত আলোচনা কৰা হ’ব। ইয়াৰ উপৰিও আমি এয়া শিকিম যে এই কামক কিছুমান লোকে কিয় ভাল পাই আৰু কিছুমান লোকে কিয় ভাল নাপায়।