ফুটনোট
a আমি সকলোৱে এটা ডাঙৰ পৰিয়ালৰ ভাগ হয়। এই পৰিয়ালত আমি সকলোৱে ভাই-ভনী হয়। আমি এজনে-আনজনক প্ৰেম কৰোঁ আৰু এই প্ৰেম আৰু গভীৰ হোৱাটো আমি বিচাৰো। এয়া আমি কেনেকৈ কৰিব পাৰোঁ? আমি আমাৰ পিতৃ যিহোৱাৰপৰা শিকিব পাৰোঁ। যিহোৱাই যিদৰে আমাক প্ৰেম কৰে, ঠিক সেইদৰে আমিও আমাৰ ভাই-ভনীসকলক প্ৰেম কৰা উচিত। ইয়াৰ বিষয়ে আমি যীচু আৰু ভাই-ভনীসকলৰ পৰাও শিকিব পাৰোঁ।