ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ

ফুটনোট

a যেতিয়া লোকসকলে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে, তেতিয়া আমি বহুত আনন্দিত হওঁ। কিন্তু তেওঁলোকে অধ্যয়ন কৰিবলৈ মানা কৰিলে আমাক দুখ লাগে। বহুবাৰ বিদ্যাৰ্থীয়ে অধ্যয়ন আৰম্ভ কৰে, কিন্তু বিদ্যাৰ্থীয়ে নিজৰ জীৱনত কোনো পৰিৱৰ্তন নকৰে। আমি বহুতোলোকৰ বাইবেল অধ্যয়ন কৰোঁ, কিন্তু তেওঁলোকৰ মাজৰ এজনেও বাপ্তিষ্মা নলয়। তেনেহʼলে ইয়াৰ অৰ্থ এয়া নেকি যে আমি প্ৰচাৰ কামত সফল হʼব পৰা নাই? এই লেখত আমি শিকিম যে এনে পৰিস্থিততো আমি প্ৰচাৰ কামত সফল হʼব পাৰোঁ আৰু আনন্দিত হʼব পাৰোঁ।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক