ফুটনোট
a এই দুষ্ট জগতখন শেষ হোৱাটো আমি সকলোৱে বিচাৰোঁ। কিন্তু আমাৰ বিশ্বাস ইমান মজবুত আছেনে যে আমি আহিবলগীয়া সমস্যাবোৰৰ সন্মুখীন হʼব পাৰিম। এই লেখত আমি কিছুমান ভাই-ভনীৰ উদাহৰণলৈ মন কৰিম আৰু তেওঁলোকৰপৰা শিকিম যে আমি নিজৰ বিশ্বাস কেনেকৈ মজবুত কৰিব পাৰোঁ।