ফুটনোট
a আজি আমি সত্য খ্ৰীষ্টানে মোচিৰ নিয়মৰ অধীনত নাই, কিন্তু এই নিয়মৰপৰা আমি শিকিব পাৰোঁ যে আমি কি কৰা উচিত আৰু কি কৰা উচিত নহয়। এই নিয়মবোৰ পালন কৰাৰ যোগেদি আমি আনক প্ৰেম কৰিব পাৰিম আৰু ঈশ্বৰৰক আনন্দিত কৰিব পাৰিম। এই লেখত আমি লেবীয়া পুস্তক ১৯ অধ্যায়ৰ কিছুমান কথাৰ ওপৰত আলোচনা কৰিম।