ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ

ফুটনোট

a যীচুৱে কৈছিল যে তেওঁৰ মেৰবিলাকে তেওঁৰ মাত শুনিব। ইয়াৰ অৰ্থ হৈছে, তেওঁৰ শিষ্যসকলে যীচুৰ শিক্ষাৰ ওপৰত ধ্যান দিব আৰু তাৰ অনুসৰি জীৱন-যাপন কৰিব। এই লেখত আমি যীচুৰ দুটা শিক্ষাৰ বিষয়ে আলোচনা কৰিম। আমি আমাৰ প্ৰয়োজনীয় বস্তুবোৰৰ বিষয়ে প্ৰয়োজনীয়তকৈ বেছি চিন্তা কৰা উচিত নহয় আৰু আনক বিচাৰ কৰা অৰ্থাৎ দুখ দিয়াৰ পৰা আঁতৰি থকা উচিত। এই পৰামৰ্শ আমি কেনেকৈ পালন কৰিব পাৰোঁ, তাৰ বিষয়েও আলোচনা কৰিম।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক