ফুটনোট
a যীচুৱে আমাক ঠেক দুৱাৰেদি যোৱা বাটেৰে যাবলৈ উৎসাহিত কৰিছিল। তেওঁ এয়াও পৰামৰ্শ দিছিল যে আমি ভাই-ভনীৰ লগত শান্তি বজাই ৰখা উচিত। কিন্তু এই পৰামৰ্শ পালন কৰা সহজ নহয়। কিছুমান সমস্যা আহিব পাৰে। আহক চাওঁ, এই সমস্যাবোৰ কি হয় আৰু আমি ইয়াক কেনেকৈ পাৰ কৰিব পাৰোঁ?