ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ

ফুটনোট

a ২০২২ চনৰ বাৰ্ষিক পাঠ গীতমালা ৩৪:১০ পদৰপৰা লোৱা হৈছে, য’ত লিখা আছে: ‘যিহোৱাক বিচৰা লোকসকলৰ মঙ্গলৰ একো অভাৱ নহব’ অৰ্থাৎ ভাল বস্তুবোৰৰ একো অভাৱ নহʼব। কিন্তু যিহোৱাৰ বহুতো সেৱক দুখীয়া হয়। গতিকে এয়া কেনেকৈ কʼব পাৰি যে তেওঁলোকৰ মংগলৰ একো অভাৱ নাই? এই লেখত আমি এই প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। ইয়াৰ উপৰিও আমি এয়াও আলোচনা কৰিম যে এই পদটো ভালদৰে বুজি পোৱাৰ যোগেদি আহিবলগীয়া সমস্যাবোৰ আমি কেনেকৈ সন্মুখীন হʼব পাৰিম।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক