ফুটনোট
b ছবিৰ বিষয়ে: ডেন নামৰ এজন ডেকা ভায়ে দেখিছে যে চিকিৎসালয়ত তেওঁৰ পিতৃক লগ কৰিবলৈ দুজন প্ৰাচীন আহিছে। এয়া চাই তেওঁক বহুত ভাল লাগিল। প্ৰাচীনসকলৰ দৰে তেৱোঁ মণ্ডলীৰ ভাই-ভনীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহে। তেওঁক দেখি বেনী নামৰ আন এজন ডেকা ভায়ে উৎসাহিত হয়। তেৱোঁ ডেনৰ দৰে ৰাজ্যগৃহৰ চাফ-চিকুন কৰাৰ কামত ভাগ লৈছে।