ফুটনোট
a বাপ্তিষ্মা লʼবলৈ আমি নিজৰ জীৱনত বহুতো পৰিৱৰ্তন কৰিব লাগিব। এই লেখত আমি শিকিম যে পুৰাতন পুৰুষৰ অৰ্থ কি? আমি ইয়াক কিয় সোলোকাই পেলাব লাগিব আৰু এয়া আমি কেনেকৈ কৰিব পাৰিম? পৰৱৰ্তী লেখত আমি শিকিম যে নতুন পুৰুষক আমি কেনেকৈ পিন্ধিব পাৰিম আৰু বাপ্তিষ্মাৰ পিছতো ইয়াক পিন্ধি থাকিবলৈ আমি কি কৰিব লাগিব।