ফুটনোট b ইয়াৰ অৰ্থ কি? ‘পুৰাতন পুৰুষক সোলোকাই পেলোৱাৰ’ অৰ্থ হৈছে আমি নিজৰ মনৰপৰা এনে চিন্তাধাৰা আৰু ইচ্ছাবোৰ উলিয়াই দিয়া উচিত, যিবোৰ যিহোৱাই ভাল নাপায়। এয়া আমি বাপ্তিষ্মা লোৱাৰ আগতে কৰিব লাগিব।—ইফি. ৪:২২.