ফুটনোট
a আমি আগতে যেনেধৰণৰেই জীৱন-যাপন কৰা নাছিলোঁ কিয়, তথাপিও আমি ‘নতুন পুৰুষক’ পিন্ধিব পাৰোঁ। এইদৰে কৰিবলৈ আমি নিজৰ চিন্তাধাৰা সলনি কৰিব লাগিব আৰু যীচুৰ দৰে হʼবলৈ চেষ্টা কৰিব লাগিব। এই লেখত আমি শিকিম যে আমি কেনেধৰণে চিন্তা আৰু কাম কৰা উচিত। আমি এয়াও শিকিম যে বাপ্তিষ্মা লোৱাৰ পাছতো আমি তেওঁৰ উদাহৰণ কেনেকৈ অনুকৰণ কৰিব পাৰোঁ।