ফুটনোট
a যিহোৱাই ভৱিষ্যতবক্তা জখৰিয়াক বহুতো ৰোমাঞ্চকৰ দৰ্শন দেখুৱাইছিল। তাৰপৰা জখৰিয়া আৰু যিহোৱাৰ লোকসকলে সমস্যাৰ সত্ত্বেও শুদ্ধ উপাসনা পুনৰ আৰম্ভ কৰিবলৈ সাহস পাইছিল। সেই দৰ্শনৰপৰা আজি আমিও সমস্যাৰ সন্মুখীন হʼবলৈ সাহস লাভ কৰিব পাৰোঁ। এই লেখত সেইবোৰৰ মাজৰ এটা দৰ্শনৰ বিষয়ে আলোচনা কৰিম। সেয়া হৈছে এটা দীপাধাৰা আৰু দুজোপা জিতগছৰ দৰ্শন।