ফুটনোট
a প্ৰাচীনসকলে আমাক সহায় কৰিবলৈ বহুত পৰিশ্ৰম কৰে, সেইবাবে আমি তেওঁলোকৰ প্ৰতি অতি কৃতজ্ঞ। কিন্তু এইদৰে কৰাটো তেওঁলোকৰ বাবে সদায় সহজ নহয়। এই লেখত আমি চাৰিটা বিষয়ত আলোচনা কৰিম, যিবোৰ বিষয়ত প্ৰাচীনসকলে পাঁচনি পৌলৰপৰা শিকিব পাৰে। ইয়াৰপৰা আমি প্ৰাচীনসকলক প্ৰেম কৰিবলৈ, তেওঁলোকৰ পৰিশ্ৰমৰ প্ৰতি কৃতজ্ঞ হʼবলৈ আৰু সম্পূৰ্ণৰূপে তেওঁলোকক সহায় কৰিবলৈ উৎসাহ লাভ কৰিম।