ফুটনোট
a তীমথিয়ে ভালদৰে প্ৰচাৰ কৰিছিল। তথাপি তীমথিয়ক উন্নতি কৰি থাকিবলৈ পাঁচনি পৌলে পৰামৰ্শ দিলে। এই পৰামৰ্শ পালন কৰি তীমথিয়ে যিহোৱাৰ সেৱা আৰু ভালদৰে কৰিব পাৰিলে আৰু নিজৰ ভাই-ভনীসকলক সহায় কৰিব পাৰিলে। তীমথিয়ৰ নিচিনা আপুনিও নিশ্চয় যিহোৱাৰ সেৱা আৰু ভাই-ভনীসকলক বেছিকৈ সহায় কৰিব বিচাৰে। ইয়াৰ বাবে আপুনি কি কি লক্ষ্য ৰাখিব পাৰে আৰু তাত উপনীত হʼবলৈ আপুনি কি কৰিব পাৰে?