ফুটনোট
b আগতে আমি বিশ্বাস কৰিছিলোঁ যে যেতিয়ালৈকে নিৰ্দোষী পত্নী জীৱিত থাকে আৰু দ্বিতীয় বিবাহ নকৰে বা আন কাৰোবাৰ লগত অনৈতিক যৌন সম্পৰ্ক নাৰাখে, তেতিয়ালৈকে স্বামীৰ দ্বিতীয় বিবাহৰ বন্ধনটোক ব্যভিচাৰ বুলি গণ্য কৰা হʼব। কিন্তু এতিয়া আমাৰ বুজা-বুজিত সাল-সলনি হৈছে।