ফুটনোট
a আনে যিদৰে যিহোৱাৰ সেৱা কৰে, তাৰ পৰা আমি বহুতো কথা শিকিব পাৰোঁ। কিন্তু আমি তেওঁলোকৰ লগত নিজৰ তুলনা কেতিয়াও কৰা উচিত নহয়। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে আমি অহংকাৰী হʼব পাৰোঁ বা আমি নিৰাশ হৈ পৰিব পাৰোঁ। এই লেখত আমি শিকিম যে আমি নিজৰ তুলনা কিয় আনৰ লগত কৰিব নালাগে আৰু আমি আনন্দেৰে যিহোৱাৰ সেৱা কেনেকৈ কৰিব পাৰোঁ।