ফুটনোট
a আমি এক ৰোমাঞ্চকৰ সময়ত জীয়াই আছোঁ! বৰ্তমান সময়ত প্ৰকাশিত বাক্য কিতাপত লিখা বহুতো ভৱিষ্যতবাণী পূৰ হৈ আছে। এই লেখত আৰু পিছৰ দুটা লেখত আমি প্ৰকাশিত বাক্যৰ বিশেষ কথাবোৰৰ বিষয়ে শিকিম। যেতিয়া আমি এই কথাবোৰ মনত ৰাখি যিহোৱাৰ উপাসনা কৰিম, তেতিয়া তেওঁ আমাৰপৰা বহুত আনন্দিত হʼব।