ফুটনোট
a সত্য খ্ৰীষ্টান পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক বহুত প্ৰেম কৰে। সেইবাবে, তেওঁলোকে নিজৰ লʼৰা-ছোৱালীৰ প্ৰয়োজনীয়তা পূৰ কৰে আৰু তেওঁলোকক আনন্দিত কৰিবলৈ পৰিশ্ৰম কৰে। লʼৰা-ছোৱালীয়ে সকলোতকৈ বেছি যিহোৱাক প্ৰেম কৰাটো তেওঁলোকে বিচাৰে। সেইবাবে, তেওঁলোকে লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে শিকাবলৈ কঠিন পৰিশ্ৰম কৰে। এইদৰে কৰাৰ সময়ত তেওঁলোকে বাইবেলৰ কিছুমান পৰামৰ্শ মনত ৰাখিব পাৰে। এই লেখত চাৰিটা পৰামৰ্শৰ বিষয়ে আলোচনা কৰা হʼব।