ফুটনোট
a যদি আমি বাইবেলৰ সম্পূৰ্ণ বাৰ্তা বুজিব বিচাৰোঁ, তেনেহʼলে আমি আদিপুস্তক ৩:১৫ পদত দিয়া ভৱিষ্যতবাণী ভালদৰে বুজিব লাগিব। যদি আমি এই ভৱিষ্যতবাণী গভীৰভাৱে অধ্যয়ন কৰিম, তেনেহʼলে যিহোৱাৰ ওপৰত আমাৰ বিশ্বাস বাঢ়িব আৰু আমাৰ সম্পূৰ্ণ বিশ্বাস হʼব যে তেওঁ নিজৰ সকলো প্ৰতিজ্ঞা পূৰ কৰিব।