ফুটনোট
a যিহোৱাই আমাক প্ৰাৰ্থনা কৰাৰ যি সুযোগ দিছে, তাৰ বাবে আমি অতি কৃতজ্ঞ। আমাৰ প্ৰাৰ্থনা সুগন্ধি ধূপৰ দৰে হোৱাটো আৰু যিহোৱাই গ্ৰহণ কৰাটো আমি সকলোৱে বিচাৰোঁ। এই লেখত আমি শিকিম যে আমি কি কি কথাৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ। ইয়াৰ লগতে আমি এয়াও শিকিম যে যেতিয়া আমাক লোকসকলৰ আগত প্ৰাৰ্থনা কৰিবলৈ কোৱা হয়, তেতিয়া আমি কি কি কথা মনত ৰখা উচিত।