ফুটনোট
a আমি প্ৰায়ে বাইবেলৰ শিক্ষাবোৰক সত্যতা বুলি কওঁ। যেতিয়া এজন ব্যক্তিয়ে সেই শিক্ষাবোৰৰ অনুসৰি জীৱন-যাপন কৰে, তেতিয়া আমি কওঁ যে তেওঁ সত্য গ্ৰহণ কৰিলে। আমি কিছু বছৰৰ আগতে যিহোৱাৰ সাক্ষী হৈছোঁ বা বহু বছৰৰ আগতেই, আমি সকলোৱে চিন্তা কৰা উচিত যে আমি সত্যক কিয় প্ৰেম কৰোঁ। এইদৰে কৰিলে যিহোৱাক আনন্দিত কৰাৰ আমাৰ যি ইচ্ছা আছে, সেয়া আৰু দৃঢ় হʼব।