ফুটনোট
d ছবিৰ বিষয়ে: এজন প্ৰাচীনে এনে এজন ভাই লগ কৰিবলৈ গৈছে, যিজনৰ বিশ্বাস দুৰ্বল হৈছে। তেওঁ সেই ভাইজনক তেওঁলোকে কেইবা বছৰৰ আগতে অগ্ৰগামী সেৱা স্কুললৈ যোৱা কিছুমান ফটো দেখুৱাইছে। সেই ফটোবোৰ চাই তেওঁলোকৰ পুৰণি স্মৃতিবোৰ মনত পৰিল। সেইবাবে ভাইজনে আকৌ যিহোৱাৰ সেৱা কৰিবলৈ উৎসাহিত হʼল। কিছু সময়ৰ পাছত তেওঁ মণ্ডলীলৈ উভটি আহিল।