ফুটনোট
a আজি জগতখন দুষ্ট লোকসকলেৰে ভৰি পৰিছে। কিন্তু এনে বহুতো ধাৰ্মিক লোক আছে, যিসকলে যিহোৱাৰ দৃষ্টিত সঠিক হোৱা কামবোৰ কৰে। হয়তো তেওঁলোকৰ মাজৰ আপুনিও এজন হয়। আপুনি এনে কাম কৰাৰ কাৰণ হৈছে আপুনি যিহোৱাক প্ৰেম কৰে আৰু যিহোৱাই ধাৰ্মিক কাম ভাল পায়। এই লেখত আমি শিকিম যে ধাৰ্মিকতাৰ অৰ্থ কি আৰু ধাৰ্মিকতাৰ কাম কৰিলে কি লাভ হয়। আমি এয়াও শিকিম যে ধাৰ্মিকতাৰ কাম কৰাৰ আমাৰ ইচ্ছা আমি কেনেকৈ দৃঢ় কৰিব পাৰিম।