ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ

ফুটনোট

b কিছুমান ক্ষেত্ৰত মণ্ডলীৰ প্ৰাচীনসকলে ন্যায় কৰিবলগীয়া হয়। যেনে, যদি কোনো ব্যক্তিয়ে গম্ভীৰ পাপ কৰে। (১ কৰি. ৫:১১; ৬:৫; যাকো. ৫:১৪, ১৫) এনে পৰিস্থিতিত প্ৰাচীনসকলে মনত ৰাখে যে তেওঁলোকে কোনো ব্যক্তিৰ হৃদয়খন পঢ়িব নোৱাৰে আৰু তেওঁলোকে যিহোৱাৰ ফালৰ পৰা ন্যায় কৰিছে। (২ বংশাৱলি ১৯:৬ পদৰ লগত তুলনা কৰক।) সেইবাবে, আনৰ ন্যায় কৰাৰ সময়ত প্ৰাচীনসকলে যিহোৱাৰ মানদণ্ড মনত ৰাখিবলৈ আৰু যিহোৱাৰ দৰে ন্যায় কৰিবলৈ চেষ্টা কৰে। তেওঁলোকে আনৰ পৰা প্ৰয়োজনতকৈ বেছি আশা নকৰে, পক্ষপাত নকৰে আৰু সম্ভৱ হʼলে দয়া দেখুৱায়।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক