ফুটনোট
a যোহন ৫:২৮, ২৯ পদত কোৱা হৈছে যে কিছুমান লোকক ‘জীৱন’ পাবলৈ আৰু কিছুমান লোকক ‘সোধ-বিচাৰ’ বা ন্যায় কৰিবলৈ পুনৰুত্থান কৰা হʼব। এই লেখত আমি শিকিম যে যোহন ৫:২৮, ২৯ পদত যীচুৱে কোৱা কথাষাৰৰ অৰ্থ কি আছিল। ইয়াৰ বিষয়ে আগতে আমি যি ভাবিছিলোঁ, তাৰ বুজা-বুজিত কি সাল-সলনি কৰা হৈছে, তাৰ বিষয়েও আলোচনা কৰিম। আমি এয়াও শিকিম যে কোন লোকসকলক ‘জীৱন’ পাবলৈ আৰু কোন লোকসকলৰ ‘সোধ-বিচাৰৰ’ বাবে পুনৰুত্থান কৰা হʼব।