ফুটনোট
c আগতে আমি বিশ্বাস কৰিছিলোঁ যে যোহন ৫:২৯ পদত কোৱা “সোধ-বিচাৰৰ” বা ন্যায়ৰ অৰ্থ হৈছে কাৰোবাক দোষী আৰোপ কৰা বা শাস্তি দিয়া। “সোধ-বিচাৰৰ” অৰ্থ এয়াও হʼব পাৰে। কিন্তু ইয়াৰ আশে-পাশে থকা পদবোৰ পঢ়িলে অনুভৱ হয় যে যীচুৱে ইয়াত বেলেগ এটা কথাহে কৈছিল। এনে লাগে যেন যীচুৱে কোৱা “সোধ-বিচাৰৰ” অৰ্থ হৈছে অলপ সময়লৈকে কাৰোবাক চালি-জাৰি চোৱা বা পৰীক্ষা কৰা। অথবা এখন গ্ৰীক বাইবেলৰ শব্দকোষত কোৱা হৈছে যে “কাৰোবাৰ ব্যৱহাৰৰ ওপৰত দৃষ্টি ৰখা।”