ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ

ফুটনোট

b যিসকলৰ মৃত্যু শেষ-কালত হৈছিল, তেওঁলোকক হয়তো প্ৰথমে জীৱিত কৰা হʼব। তাৰ পাছত হয়তো সেই লোকসকলক জীৱিত কৰা হʼব, যিসকল তেওঁলোকতকৈ আগতে জীয়াই আছিল। এইদৰে এটা প্ৰজন্মই তেওঁলোকৰ আগৰ প্ৰজন্মক আদৰণি জনাব পাৰিব, যিসকলক তেওঁলোকে ভালদৰে চিনি পায়। কাক কেতিয়া জীৱিত কৰা হʼব, তাৰ বিষয়ে আমি সঠিকভাৱে নাজানোঁ। কিন্তু আমি বিশ্বাস ৰাখোঁ যে সকলোবিলাক শৃংখলাবদ্ধভাৱে হʼব। কাৰণ যিসকল লোকক স্বৰ্গত জীৱিত কৰা হয়, বাইবেলত তেওঁলোকৰ বিষয়ে এইদৰে কৈছে, তেওঁলোকক “নিজ নিজ শ্ৰেণীত জীউৱা হয়।”—১ কৰি. ১৪:৩৩; ১৫:২৩.

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক