ফুটনোট
c এই পদৰ বিষয়ে আগতে আমি যি বিশ্বাস কৰিছিলোঁ, সেই বিষয়ে দানিয়েলৰ ভৱিষ্যতবাণীৰ প্ৰতি মনোযোগ দিয়ক (হিন্দী) নামৰ কিতাপখনৰ অধ্যায় ১৭ আৰু ১ জুলাই ১৯৮৭ চনৰ প্ৰহৰীদুৰ্গৰ (ইংৰাজী) ২১-২৫ পৃষ্ঠাত দিয়া হৈছে। কিন্তু এতিয়া আমাৰ বুজাবুজিত সাল-সলনি হʼল।