ফুটনোট
d কিন্তু পাঁচনিৰ কৰ্ম্ম ২৪:১৫ পদত লোকসকলে মৃত্যুৰ আগতে যি কামবোৰ কৰিছিল, সেইকামবোৰৰ আধাৰত তেওঁলোকক “ধাৰ্ম্মিক” বা “অধাৰ্ম্মিক” বুলি কোৱা হৈছে। ঠিক সেইদৰে যেতিয়া যোহন ৫:২৯ পদত কোৱা হৈছিল যে কিছুমান লোকে “সৎকৰ্ম্ম” কৰিছে আৰু কিছুমানে “কুকৰ্ম্ম” কৰিছে, তেতিয়া তাতো সেই কামৰ বিষয়ে কোৱা হৈছে, যিবোৰ তেওঁলোকে মৃত্যুৰ আগতেই কৰিছিল।