ফুটনোট
a কেতিয়াবা কেতিয়াবা ইস্ৰায়েলৰ ফৈদে নিজৰ মাজতে যুদ্ধ কৰিছিল। কিন্তু ইয়াৰ পৰা যিহোৱা আনন্দিত নাছিল। (১ ৰাজা. ১২:২৪) কিন্তু কিছুমান ক্ষেত্ৰত যিহোৱাই এই যুদ্ধক অনুমতি দিছিল। কাৰণ কিছুমান ফৈদে যিহোৱাৰ বিৰুদ্ধে আচৰণ কৰিছিল বা তেওঁৰ বিৰুদ্ধে গভীৰ পাপ কৰিছিল।—বিচা. ২০:৩-৩৫; ২ বং. ১৩:৩-১৮; ২৫:১৪-২২; ২৮:১-৮.