ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ

ফুটনোট

b ইয়াৰ অৰ্থ কি? “লাক্ষণিক প্ৰমোদবন” এনে এক পৰিৱেশ হয়, যʼত যিহোৱাৰ সেৱকসকলে সুৰক্ষিত হৈ আছে আৰু সকলোৱে মিলি যিহোৱাৰ উপাসনা কৰে। এই লাক্ষণিক প্ৰমোদবনত আহাৰৰ একো অভাৱ নহয়। আজি আমাৰ ওচৰত বহুতো প্ৰকাশন আছে, যʼত বাইবেলৰ সত্যতাৰ বিষয়ে কোৱা হৈছে আৰু তাত মিছা ধৰ্মৰ কোনো কথা উল্লেখ নাই। আমাৰ ওচৰত এনে কাম আছে, যিবোৰ কৰি আমি আনন্দ পাওঁ। আমি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰোঁ। এই লাক্ষণিক প্ৰমোদবনত থকা লোকসকলৰ যিহোৱাৰ লগত এটা ভাল সম্পৰ্ক আছে আৰু তেওঁলোকৰ মাজত শান্তি আছে। তেওঁলোকে এজনে-আনজনক সহায় কৰে, যাতে সমস্যাৰ সময়ত সকলোৱে ধৈৰ্য্য ধৰিব পাৰে আৰু আনন্দত থাকিব পাৰে। কিন্তু এই লাক্ষণিক প্ৰমোদবনত কোনে থাকিব পাৰে? যিসকল লোকে সঠিক উপায়েৰে যিহোৱাৰ উপাসনা কৰে আৰু তেওঁৰ দৰে হʼবলৈ চেষ্টা কৰে।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক