ফুটনোট
a যিহোৱাই সকলো বস্তু উত্তম বনাইছে। শক্তিৰে ভৰা সূৰ্য্যই হওক বা এটি ফুলৰ কলি তেওঁ বনোৱা সকলো বস্তু দেখি আমি আচৰিত হওঁ। যিহোৱাই বনোৱা বস্তুবোৰ চাই তেওঁ কেনেধৰণৰ ঈশ্বৰ হয় আৰু তেওঁৰ কি কি গুণ আছে, সেয়াও আমি জানিব পাৰোঁ। এই লেখত আমি শিকিম যে আমি কিয় সময় উলিয়াই সৃষ্টিৰ বস্তুবোৰক চোৱা উচিত আৰু এইদৰে কৰিলে আমি কেনেকৈ যিহোৱাৰ আৰু কাষ চাপিব পাৰোঁ?