ফুটনোট
e “ভাই-ভনীসকলে কেনেকৈ ব্যৱহাৰ কৰিলে?” নামৰ বক্স আৰু ছবিখন চাওক। এজন ভাই কিছু সময়ৰ পৰা সভাত আহিবলৈ এৰি দিছিল, তেওঁ ৰাজ্যগৃহত যাবলৈ সংকোচ কৰিছে কিন্তু তেওঁ সাহস কৰি ভিতৰলৈ গৈছে। তাত ভাই-ভনীসকলে মৰমেৰে তেওঁক আদৰণি জনালে আৰু সকলোকে লগ কৰি তেওঁক বহুত ভাল লাগিল।