ফুটনোট
b ইয়াৰ অৰ্থ কি?: এই লেখত আৰু পৰৱৰ্তী লেখত যিবোৰ ঠাইত ডেটিঙৰ বিষয়ে কোৱা হৈছে, তাৰ অৰ্থ হৈছে বিয়া পতাৰ উদ্দেশ্যেৰে কাৰোবাৰ লগত চিনাকী হোৱা বা লগ কৰা। ডেটিং কৰাৰ সময়ত লʼৰা আৰু ছোৱালীয়ে জানিবলৈ চেষ্টা কৰে যে তেওঁলোকে এজনে-আনজনৰ কাৰণে ভাল সংগী হʼব নে নহয়। যেতিয়া এজন লʼৰা আৰু ছোৱালীয়ে কয় যে তেওঁলোকে এজনে-আনজনক পচন্দ কৰে, তেতিয়া ডেটিং আৰম্ভ হয় আৰু যেতিয়ালৈকে তেওঁলোকে বিয়া পাতিব নে নাপাতে নিৰ্ণয় নলয়, তেতিয়ালৈকে ডেটিং চলি থাকে।