ফুটনোট
e বহুতো ঠাইত এজন ভায়ে এগৰাকী ভনীক জনাই যে তেওঁ তাইক পচন্দ কৰে আৰু ডেটিং কৰিব বিচাৰে। কিন্তু এগৰাকী ভনীয়েও ভাইক পচন্দ কৰোঁ বুলি কʼব পাৰে। (ৰূথ ৩:১-১৩) এই বিষয়ে বেছিকৈ জানিবলৈ কিশোৰ-কিশোৰীসকলে সোধা প্ৰশ্ন ধাৰাবাহিকৰ “মই কেনে অনুভৱ কৰোঁ, কেনেকৈ কওঁ?” (ইংৰাজী) লেখ পঢ়ক। এই লেখ অক্টোবৰ ২২, ২০০৪ চনৰ সচেতন থাকক! (ইংৰাজী) আলোচনীত আহিছিল।