ফুটনোট
c ছবিৰ বিষয়ে: তিনিখন ছবিত দেখুৱা হৈছে যে কিছুমান লোকক হয়তো কি কি কাৰণৰ বাবে আমি শুভবাৰ্তা শুনাবলৈ সুযোগ নাপাম: (১) এগৰাকী তিৰোতা এনে এখন দেশত থাকে, যʼত বেছিভাগ লোকে বেলেগ ধৰ্ম পালন কৰে আৰু তাত শুভবাৰ্তা প্ৰচাৰ কৰাটো বিপদজনক, (২) এহাল দম্পতী এনে এখন দেশত থাকে, যʼত চৰকাৰে প্ৰচাৰ কামক নিষেধ কৰিছে আৰু তাত প্ৰচাৰ কৰাটো বৰ বিপদজনক আৰু (৩) এজন ব্যক্তি এনে এখন ঠাইত থাকে, যʼত গৈ পোৱাটো বৰ কঠিন।