ফুটনোট a চাৰ্কিট ওভাৰচিয়াৰৰ পত্নীয়ে নিজৰ চিঠিত যি পদ লিখিছিল, সেয়া ২ যোহন ৮ আছিল। তাত লিখা আছে, “তোমালোকে যি যি কৰিলা, সেই সকলো যেন নেহেৰুৱা, কিন্তু সম্পূৰ্ণ পুৰস্কাৰ যেন পোৱা, তাৰ কাৰণে নিজলৈ সাৱধান হবা।”