ফুটনোট b যদি দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখনৰ পৰা আপোনাৰ লʼৰা-ছোৱালীৰ অধ্যয়ন সম্পূৰ্ণ হʼল, তেনেহʼলে আপুনি তেওঁৰ লগত ভাগ ৩ আৰু ৪-ত দিয়া সেই পাঠবোৰৰ ওপৰত পুনৰ আলোচনা কৰিব পাৰে, যʼত বাইবেলৰ মানদণ্ডবোৰৰ বিষয়ে কোৱা হৈছে।