ফুটনোট b যোহন ৬ অধ্যায়ত যি ঠাইত সেই লোকসকলৰ বিষয়ে কোৱা হৈছে, যিসকলে অনন্ত জীৱন লাভ কৰিব পাৰে। তাত এনে গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছে যাৰ অনুবাদ “যি কোনোৱে” “যি জনে” বা “যিসকলে” কৰিব পাৰি।—যোহ. ৬:৩৫, ৪০, ৪৭, ৫৪, ৫৬-৫৮.