ফুটনোট a মচীহৰ মুক্তিৰ মূল্যৰ বলিদান দিয়াৰ আগতেই যিহোৱাই নিজৰ বিশ্বাসী সেৱকসকলৰ পাপ ক্ষমা কৰিছিল। কাৰণ তেওঁৰ পুত্ৰ শেষলৈকে বিশ্বাসী হৈ থাকিব বুলি তেওঁৰ সম্পূৰ্ণ ভৰসা আছিল। এয়া যিহোৱাৰ দৃষ্টিত এনে আছিল যেন মুক্তিৰ মূল্য আগতে দি দিয়া হৈছিল।—ৰোম. ৩:২৫.