ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ

ফুটনোট

a যীচুৰ উপৰিও আন স্বৰ্গদূতসকলে যিহোৱাৰ নামেৰে বা তেওঁৰ ফালেদি লোকসকলক বাৰ্তা দিছিল। বাইবেলত বহুতো ঠাইত যেতিয়া স্বৰ্গদূতসকলে লোকসকলৰ লগত কথা পাতিছিল, তেতিয়া এইদৰে কোৱা হৈছে যেন যিহোৱাই নিজে কথা পাতি আছে। (আদি. ১৮:১-৩৩) যেনে, কিছুমান পদত কোৱা হৈছে যে যিহোৱাই মোচিক নিয়ম দিছিল, কিন্তু আন পদবোৰৰ পৰা জানিব পাৰি যে যিহোৱাই স্বৰ্গদূতসকলৰ জৰিয়তে সেই নিয়ম দিছিল।—লেবী. ২৭:৩৪; পাঁচ. ৭:৩৮, ৫৩; গালা. ৩:১৯; ইব্ৰী ২:২-৪.

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক