ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ

ফুটনোট

b এই পদত যেতিয়া পৌলে “তোমালোকৰ” বুলি কʼলে, তেতিয়া তেওঁ হয়তো সেই মণ্ডলীৰ ভাই-ভনীসকলৰ বিষয়ে কৈছিল যিসকলে ফিলীমনৰ ঘৰত একগোট হৈছিল। তেওঁৰ কথাৰ পৰা এনে লাগে যেন, তেওঁৰ বিশ্বাস আছিল যে এনেধৰণৰ প্ৰাৰ্থনাৰ গভীৰভাৱে প্ৰভাৱ পৰিব পাৰে। তেওঁক হয়তো ৰোমৰ বন্দীশালৰ পৰা মুকলি কৰা হʼব পাৰে। পৌলে কৈ আছিল যেন, বিশ্বাসী খ্ৰীষ্টানসকলৰ প্ৰাৰ্থনাৰ বাবে যিহোৱাই হয়তো সোনকালে পদক্ষেপ লʼব বা এনে কিবা কৰিব যাৰ বিষয়ে তেওঁ ভবাও নাই।—ইব্ৰী ১৩:১৯.

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক