ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • sjj গীত ১২২
  • যিহোৱাৰ সেৱাত থিৰে থাকা’

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ সেৱাত থিৰে থাকা’
  • ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • মিল থকা বিষয়
  • ‘থিৰ আৰু অলৰ হৈ থাকা’
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • তেওঁ তোমাক শক্তি দিব
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • একেৰাহে স্থিৰ হৃদয়েৰে যিহোৱাৰ সেৱা কৰক
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • অনন্ত জীৱন!
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
আৰু চাওক
ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
sjj গীত ১২২

গীত নং ১২২

‘যিহোৱাৰ সেৱাত থিৰে থাকা’

(১ কৰিন্থীয়া ১৫:৫৮)

  1. ১. যʼ-তে না-থা-কো আ-ছে সং-কট ভয়,

    কা-লি কি হʼ-ব না-জা-নে আ-নে।

    আ-মি থা-কোঁ নি-ৰ্ভয় স্থি-ৰে য-দি,

    থা-কি যি-হো-ৱাৰ সে-ৱাত।

    (কোৰাচ)

    আ-মি য-দি স্থিৰ থা-কোঁ,

    ন-হওঁ ভাগ এই জ-গ-তৰ;

    য-দি বি-শ্বা-সী হওঁ

    পাম অ-ন-ন্ত জী-ৱন।

  2. ২. জ-গ-তৰ অ-ভি-লাষ টা-নে আ-মাক,

    স-জাগ য-দি হওঁ, না-থা-কি-ব ভয়।

    য-দি প্ৰেম ক-ৰোঁ যাঃক ম-নে-প্ৰা-ণে,

    সু-ৰ-ক্ষিত থা-কিম স-দায়।

    (কোৰাচ)

    আ-মি য-দি স্থিৰ থা-কোঁ,

    ন-হওঁ ভাগ এই জ-গ-তৰ;

    য-দি বি-শ্বা-সী হওঁ

    পাম অ-ন-ন্ত জী-ৱন।

  3. ৩. দিন ও-চৰ চা-পি-ছে স-ময় যে কম,

    কি-নি লওঁ স-ময় যি-হো-ৱা-ৰ বা-বে।

    লা-গি থা-কোঁ য-দি আ-মি সে-ৱাত,

    যা-ব এই শেষ কাল গু-চি।

    (কোৰাচ)

    আ-মি য-দি স্থিৰ থা-কোঁ,

    ন-হওঁ ভাগ এই জ-গ-তৰ;

    য-দি বি-শ্বা-সী হওঁ

    পাম অ-ন-ন্ত জী-ৱন।

(লূক ২১:৯; ১ পিত. ৪:৭ পদবোৰো চাওক।)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক