ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 মাৰ্চ পৃষ্ঠা ৫
  • এই ৰীতি-ব্যৱস্থাৰ শেষ পৰ্য্যায়ত

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এই ৰীতি-ব্যৱস্থাৰ শেষ পৰ্য্যায়ত
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • আমি তোমালোকৰ লগত যাম
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • ‘আমি যে ঈশ্বৰৰ সন্তান এই বিষয়ে পবিত্ৰ আত্মাই সাক্ষ্য দিয়ে’
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 মাৰ্চ পৃষ্ঠা ৫
যীচুৱে পিতৰ, আদয়, যাকোব আৰু যোহনৰ সৈতে কথা-বতৰা হৈছ

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

এই ৰীতি-ব্যৱস্থাৰ শেষ পৰ্য্যায়ত

এই ৰীতি-ব্যৱস্থাৰ শেষ পৰ্য্যায়ত নামৰ ভিডিঅʼখন চাওক আৰু মথি ২৪:৩৪ পদৰ ওপৰত আধাৰিত এই প্ৰশ্নবোৰৰ উত্তৰ দিয়ক।

“এই কালৰ” এক সময়ৰেখা
  • “এই সকলো” বুলিলে কি বুজায়?

  • যাত্ৰাপুস্তক ১:৬ পদে আমাক ‘এই কাল’ শব্দটোৰ সঠিক অৰ্থ জানিবলৈ কেনেকৈ সহায় কৰে?

  • এই কাল বুলি কওঁতে, যীচুৱে বিশেষকৈ কোনটো সময়ৰ বিষয়ে কৈছিল?

  • এই পদত উল্লেখ কৰা ‘এই কালত’ কি দুটা সমূহ জড়িত আছে?

  • যীচুৱে উল্লেখ কৰা এই বাক্যই কেনেকৈ প্ৰমাণ কৰে যে আমি শেষ-কালৰ একেবাৰে অন্তিম পৰ্য্যায়ত জীয়াই আছোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক