ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • th অধ্যয়ন ১২ পৃষ্ঠা ১৫
  • স্নেহ আৰু সহানুভূতি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • স্নেহ আৰু সহানুভূতি
  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • মিল থকা বিষয়
  • উৎসাহ
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • হৃদয় স্পৰ্শ কৰাৰ প্ৰচেষ্টা
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • আলোচনা কৰাৰ পদ্ধতি
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • উৎসাহজনক আৰু ইতিবাচক
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
আৰু চাওক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
th অধ্যয়ন ১২ পৃষ্ঠা ১৫

অধ্যায় ১২

স্নেহ আৰু সহানুভূতি

শাস্ত্ৰপদ

১ থিচলনীকীয়া ২:৭, ৮

সাৰাংশ: আপুনি যে শ্ৰোতাসকলক প্ৰেম কৰে আৰু তেওঁলোকক সহায় কৰিব বিচাৰে, তাক দেখুৱাওক।

ইয়াক কেনেকৈ কৰিব:

  • আপোনাৰ শ্ৰোতাসকলৰ বিষয়ে চিন্তা কৰক। তেওঁলোকে সন্মুখীন হোৱা সমস্যাবোৰ মনত ৰাখি, আপোনাৰ হৃদয় প্ৰস্তুত কৰক। তেওঁলোকে সমস্যাবোৰৰ বিষয়ে কেনে অনুভৱ কৰে, তাৰ বিষয়ে কল্পনা কৰিবলৈ চেষ্টা কৰক।

  • যত্নেৰে শব্দ বাছনি কৰক। শ্ৰোতাসকলক উৎসাহ, সান্ত্বনা আৰু সবল কৰাৰ বাবে চেষ্টা কৰক। যিহোৱাৰ ওপৰত বিশ্বাস নকৰা লোকসকলৰ অনুভূতিক আঘাত দিব পৰা, অপ্ৰয়োজনীয় বিষয়বোৰ কোৱাৰপৰা বিৰত থাকক অথবা তেওঁলোকে যাৰ ওপৰত বিশ্বাস কৰে, তাৰ বিপৰীতে কোৱাৰপৰা আঁতৰি থাকক।

  • শ্ৰোতাসকলৰ প্ৰতি আপোনাৰ আগ্ৰহ প্ৰকাশ কৰক। শ্ৰোতাসকলৰ প্ৰতি যে আপুনি সঁচাকৈ আগ্ৰহী, তাক মৰমেৰে আৰু উচিত আঙ্গি-ভঙ্গিৰে প্ৰকাশ কৰক। আপোনাৰ মৌখিক অভিব্যক্তিৰ বিষয়ে মনোযোগ দিয়া উচিত। আপোনাৰ মুখত হাঁহি বিৰিঙি থকা উচিত।

    ব্যৱহাৰিক পৰামৰ্শ

    জোৰ কৰি অথবা প্ৰয়োজনতকৈ বেছি অনুভূতি প্ৰকাশ কৰা উচিত নহয়। পঢ়িবলগীয়া অধ্যায় বা পঢ়াৰ সময়ত অনুচ্ছেদৰ ভাৱনা প্ৰকাশ কৰক। কিন্তু নিজকে আকৰ্ষণ কৰাৰপৰা বিৰত থাকক। দয়া আৰু মৰমেৰে কʼবলৈ চেষ্টা কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক